- অশ্লীলতা তথা পাপকৰ্মৰ পৰা ৰক্ষা কৰিবলৈ ইছলাম সদায় তৎপৰ।
- বিবাহ কৰিবলৈ যাৰ আৰ্থিক সামৰ্থ নাই, তাক ৰোজা ৰাখিবলৈ উৎসাহিত কৰিছে। কাৰণ ইয়াৰ ফলত কামনা-বাসনা হ্ৰাস পায়।
- ৰোজাক বন্ধ্যাকৰণৰ সৈতে সাদৃশ্য দিয়াৰ কাৰণ হৈছে, বন্ধ্যাকৰণত অণ্ডকোষক চেপেটা কৰি নিষ্ক্ৰিয় কৰি দিয়া হয়। ফলত যৌনশক্তি নাইকিয়া হৈ যায়। এইদৰে ৰোজা ৰাখিলে যৌনমিলনৰ চাহিদা সম্বৰণ হয়।