- উৎকোচ দিয়া, লোৱা, মধ্যস্থতা কৰা আৰু এই ক্ষেত্ৰত সহায় কৰা হাৰাম। কাৰণ ইয়াৰ দ্বাৰা বাতিলক সহায় কৰা হয়।
- উৎকোচ হৈছে কাবীৰাহ গুনাহ তথা মহাপাপ। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
- বিশেষকৈ বিচাৰ মীমাংসাত উৎকোচ দিয়াটো হৈছে ডাঙৰ অপৰাধ তথা মহাপাপ। কাৰণ ইয়াৰ দ্বাৰা অন্যায় কৰা হয় আৰু আল্লাহে অৱতীৰ্ণ নকৰা বিধান অনুযায়ী ফয়চালা কৰা হয়।