- নিচা থকাৰ কাৰণে মাদক দ্ৰৱ্যক হাৰাম কৰা হৈছে। সেয়ে প্ৰতিটো নিচা জাতীয় বস্তুৱে হৈছে হাৰাম।
- মহান আল্লাহে মাদক দ্ৰৱ্য হাৰাম কৰিছে। কাৰণ ইয়াৰ ভিতৰত আছে বহু ক্ষতি আৰু বৃহৎ অপকাৰ।
- জান্নাতৰ সুৰাত আছে পূৰ্ণাংগ তৃপ্তি, তথা এইটো হৈছে পৰিপূৰ্ণ নিয়ামত।
- পাৰ্থিৱ জীৱনত যিয়ে নিজকে মাদক দ্ৰৱ্য সেৱনৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিব, আল্লাহে তাক জান্নাতী সুৰা সেৱনৰ পৰা বঞ্চিত কৰিব। গতিকে প্ৰতিদান কৰ্ম অনুযায়ীহে দিয়া হয়।
- মৃত্যুৰ পূৰ্বে গুনাহৰ পৰা সোনকালে তাওবা কৰিবলৈ উৎসাহিত কৰা হৈছে।