- আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্ন কৰাটো হৈছে অন্যতম এটা কবীৰাহ গুনাহ।
- প্রচলিত নিয়ম অনুযায়ী আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে। গতিকে স্থান, কাল আৰু ব্যক্তিভেদে ইয়াৰ ধৰণো বেলেগ বেলেগ হ'ব।
- সাক্ষাৎ, দান-খয়ৰাত, সদ্ব্যৱহাৰ আদিৰ দ্বাৰা আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে, অসুস্থ হ'লে সেৱা কৰিব লাগে, লগতে সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ মাধ্যমতো আত্মীয়তাৰ সম্পৰ্ক বজাই ৰাখিব লাগে।
- আত্মীয়তাৰ সম্পৰ্ক যিমানেই ওচৰৰ হ'ব, সেই অনুপাতেই সম্পৰ্ক ছিন্ন কৰাৰ গুনাহো অধিক হ'ব।