- কাবীৰাহ গুনাহৰ সংখ্যা কেৱল এই সাতটাতেই সীমাবদ্ধ নহয়, এই সাতটাক নিৰ্দিষ্ট কৰাৰ উদ্দেশ্য হৈছে এইবোৰ অধিক বিধ্বংসী, তথা অধিক বিপজ্জনক গুনাহ।
- উপযুক্ত কাৰণতহে কোনো ব্যক্তিক হত্যা কৰা বৈধ, যেনে- কিচাচ (হত্যাৰ পৰিবৰ্তে হত্যা) মুৰতাদ হ'লে, অথবা কোনো বিবাহিত ব্যক্তিয়ে ব্যভিচাৰ কৰিলে। এইবোৰ কেৱল চৰীয়তৰ বিচাৰপতিয়েহে কাৰ্যকৰী কৰিব পাৰে।