- গতিকে আমি অন্তৰক সংশোধনৰ প্ৰতি গুৰুত্ব দিয়া উচিত, আৰু প্ৰতিটো বেয়া অভ্যাসৰ পৰা ইয়াক পৰিস্কাৰ কৰা উচিত।
- ইখলাচৰ জৰিয়তে অন্তৰক সংশোধন কৰিব লাগে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ জৰিয়তে আমল সংশোধন কৰিব লাগে। এই দুটাকেই মহান আল্লাহে গুৰুত্ব দিয়ে তথা বিবেচনাযোগ্য বুলি গ্ৰহণ কৰে।
- নিজৰ ধন-সম্পদ, সৌন্দৰ্য, শাৰীৰিক গঠন আৰু পাৰ্থিৱ জীৱনৰ কোনো বস্তুৱেই যেন মানুহক প্ৰৱঞ্চিত কৰিব নোৱাৰে।
- আভ্যন্তৰীণ দিশক সংশোধন নকৰাকৈ বাহ্যিক দিশৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে।