- হাদীছটোত কদৰৰ ৰাতিৰ ফজিলত বৰ্ণিত হৈছে আৰু সেই ৰাতি কিয়াম কৰাৰ (অৰ্থাৎ চালাত আদায় কৰাৰ) প্রতি উৎসাহ দিয়া হৈছে।
- সঠিক নিয়্যত অবিহনে নেক আমল গ্ৰহণযোগ্য নহয়।
- এইটো আল্লাহৰ অনুগ্ৰহ আৰু দয়া যে, যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।