- মানুহৰ লগত সদাচৰণ কৰা, সিহঁতক ক্ষমা কৰা, সিহঁতৰ মাজৰ অভাৱী দৰিদ্ৰসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰা আদি হৈছে কিয়ামতৰ দিনা মুক্তি লাভ কৰাৰ অন্যতম কাৰণ।
- সকলো সৃষ্টিৰ সৈতে সদাচৰণ কৰা, আল্লাহৰ বাবে ইখলাচ অৱলম্বন কৰা আৰু তেওঁৰ ওচৰত ৰহমত আশা কৰা আদি হৈছে গুনাহ মাফ হোৱাৰ অন্যতম কাৰণ।